Daily Time Axom

বৰনগৰীয়া কোচ ৰাজবংশী সমাজৰ উদ্যোগত বিষুৱা উদযাপন

0 31

বৰপেটা জিলাৰ সৰভোগত বৰনগৰীয়া কোচ ৰাজবংশী সমাজৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষুৱা উদযাপন কৰে,পুৱাতে পতাকা আৰু বন্তি প্ৰজ্বলন কৰে,তাৰপাছত কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত এক প্ৰদৰ্শনী আৰম্ভ হয়,সন্ধিয়া বিভিন্ন কৰ্মৰ লগত জড়িত কেইবাজনো বৰনগৰীয়া ব্যক্তিক সম্বৰ্দ্ধনা জনোৱাৰ লগতে কুশান নৃত্য প্ৰদৰ্শন কৰে,ৰাতি সাংস্কৃতিক সন্ধিয়া আৰম্ভ হয়৷

Leave A Reply

Your email address will not be published.