বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত,জামে মছজিদ চকচকা বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত সমূহীয়া ইফটাৰ

বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত,জামে মছজিদ চকচকা বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত সমূহীয়া ইফটাৰ পাৰ্টিৰ আয়োজন কৰিছিল,এই ইফটাৰ পাৰ্টিত ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ,কংগ্ৰেছৰ চকচকা মণ্ডলৰ সভাপতি কল্যাণজিৎ দাস,কেইবাজনো বিশিষ্ট ব্যক্তি সহ গাঁৱখনৰ স্থানীয় ৰাইজ উপস্থিত থাকে৷

AssamAssamese NewsDaily time axomGuwahatiInternationalNew Delhi
Comments (0)
Add Comment