Daily Time Axom

ঈদৰ বজাৰত মূল্যবৃদ্ধি প্ৰভাৱ

0 25

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ। উৎসৱৰ বতৰত বজাৰত মূল্যবৃদ্ধিৰ সমস্যাই ব্যাপক সমস্যাত পেলাইছে গ্ৰাহকক । নিজৰ পছন্দৰ নতুন কাপোৰৰ”লগতে আন আন সামগ্ৰী ক্রয় কৰিবলৈ আহি চিন্তিত গ্ৰাহক। বজাৰত বহু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হোৱাত গ্ৰাহকৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে।ইয়াৰ লগে লগে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে আন এক সমস্যাত পেলাইছে সাধাৰন ৰাইজক।এই সম্পৰ্কত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি ;নগাওঁ জিলাৰ আমচুৰ লগতে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই পৃথকে পৃথকে প্ৰতিক্ৰীয়া ব্যক্ত কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

Leave A Reply

Your email address will not be published.