Daily Time Axom

ভেনিলা অৰ্কিড খেতি সন্দৰ্ভত মাৰ্ঘেৰিটাত কৰ্মশালা

0 39

আন্তৰ্জাতিক বজাৰ মূল্য থকা এবিধ অৰ্কিড হৈছে ভেনিলা অৰ্কিড। ভেনিলা অৰ্কিডৰ খেতি কৰি কেনেকৈ স্বাৱলম্বী হ’ব পাৰি বা এই ভেনিলা অৰ্কিডৰ খেতি কি পদ্ধতিয়ে কৰা হয় বা ইয়াৰ বজাৰ কেনেকৈ পাব পাৰি এই সন্দৰ্ভত এখনি কৰ্মশালা মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত কৰা হয়।কৰ্মশালাখনিত মাৰ্ঘেৰিটা বিভিন্ন অঞ্চলৰ প্ৰায় শতাধিত প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে তিনিচুকীয়া ইডিইনৰ সম্পাদক ৰাজশ্ৰী দাস, মৌমিতা চাহা আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ নন্দিতা ৰয়।

Leave A Reply

Your email address will not be published.