নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ চাপৰৰ ছছলাপাৰাত নৃশংস হত্যাকাণ্ড। খেদি খেদি পিতৃক হত্যা কৰিলে তিনি পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন ৩ পুত্ৰৰ।
নিহত পিতৃৰ নাম ছপিয়াল আলী। পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই জঘন্য কাণ্ড বুলি জানিব পৰা গৈছে।
ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে ৩ পুত্ৰক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
Comments are closed, but trackbacks and pingbacks are open.