Daily Time Axom

মাত্ৰ ১০ বছৰতে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ ! উত্তৰ প্ৰদেশত এজন ল’ৰাৰ ইতিহাস

0 22

মাত্ৰ ১০ বছৰ বয়স। এই বয়সত কণমানি ল’ৰাটোৱে এটা নজিৰ গঢ়ি তুলিছে।

তেওঁ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। উত্তৰ প্ৰদেশৰ এই ল’ৰাটোৱে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আলোড়নৰ সৃষ্টি কৰিছে। ৰাজ্যৰ ইতিহাসত কম বয়সত দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আটাইতকৈ কম বয়সীয়া ছাত্ৰ তেওঁ। প্ৰসংগক্ৰমে উত্তৰ প্ৰদেশৰ ব’ৰ্ডে মঙলবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰিছে। এই আশ্চৰ্য্যকৰ ল’ৰাটোৰ নাম ইয়ান গ’ল।

Leave A Reply

Your email address will not be published.