Daily Time Axom

আজি ঘোষণা হ’ব স্বাস্থ্য বিভাগৰ Grade-4 পদৰ ফলাফল

26

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ আজি ঘোষণা হ’ব স্বাস্থ্য বিভাগৰ Grade-4 পদৰ ফলাফল। যোৱা ১২ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিব বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে।

প্ৰাৰ্থীসকলে www.dhs.assam.gov.in ৱেবছাইটযোগে তেওঁলোকৰ নিজৰ নিজৰ ফলাফলসমূহ চাব পাৰিব।

উল্লেখ্য যে,অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ে যোৱা ১২ ফেব্ৰুৱাৰীত মুঠ ১১৯২টা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.