Daily Time Axom

কাইলৈ দিনৰ ১১বজাত প্ৰকাশ পাব তৃতীয় বৰ্গৰ ১১,৫১০ টা পদৰ ফলাফল

44

নিউজ ডেস্ক, ২ মে’- কাইলৈ ঘোষণা কৰা হ’ব তৃতীয়বৰ্গৰ চাকৰিৰ ফলাফল। পুৱা ১১ বজাত ঘোষণা কৰা হ’ব বুলি টুইটযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই ফলাফল ১১,৫১০টা পদৰ বাবে ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে টুইটত উল্লেখ কৰে যে, ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে।

Comments are closed, but trackbacks and pingbacks are open.