দিছপুৰ মন্ত্ৰী আৱাসত চাঞ্চল্যকৰ অপহৰণকাণ্ড!আৰক্ষীৰ বেশত আহি এজন লোকক অপহৰণ

নিউজ ডেস্ক, ৩ মে’- দিছপুৰৰ মন্ত্ৰী আৱাসত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ইলেকট্ৰিছিয়ানৰ কাম কৰি থকা শান্তনু মহন ৰায় নামৰ এজন লোকক অপহৰণ। আৰক্ষীৰ পোছাকত আহিছিল ২ অপহৰণকাৰী আৰু সাধাৰণ পোছাকতো আহিছিল ৪জন। অপহৃত শান্তনু ৰায়ৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে। মন্ত্ৰী কলনীত ইলেকট্ৰিছিয়ানৰ কাম কৰি আছিল শান্তনুৱে। সেই সময়তে লোকজনক অপহৰণ কৰে দুৰ্বৃত্তই।

AssamAssamese NewsDaily time axomGuwahatiGuwahati PoliceIndiakidnap