ৰাজস্থানত সেনাৰ MiG-21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত, ২জনকৈ স্থানীয় লোকৰ মৃত্যু

নিউজ ডেস্ক, ৮ মে’- ৰাজস্থানত সেনাৰ MiG-21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত। হনুমান নগৰত দুৰ্ঘটনাত পতিত হয় যুঁজাৰু বিমানখন। ছুৰাটগড়ৰ পৰা উৰা মাৰিছিল বিমানখনে। বিমান দুৰ্ঘটনাত ২জনকৈ স্থানীয় লোকৰ মৃত্যু হয়। আনহাতে কথমপি প্ৰাণৰক্ষা পৰে বিমানখনৰ পাইলটৰ।

বিমানখন সাধাৰণ লোকৰ ঘৰত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হোৱাত ২গৰাকী লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Assamese NewsCiviliansCrashDaily time axomHanumangarhIndiaKilledMiG-21Rajasthan