নিউজ ডেস্ক, ৮ মে’- আজি প্ৰকাশ পাব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৫,৭৩০টা পদৰ বাবে ঘোষণা হ’ব ফলাফল। দিনৰ ১১ বজাত ঘোষণা হ’ব ফলাফলসমূহ। গৃহ, আবকাৰী, বন বিভাগত হ’ব নিযুক্তি। DGP য়ে সংবাদমেল যোগে ঘোষণা কৰিব এই ফলাফল। আনহাতে ১১ মে’ত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ।
Comments are closed, but trackbacks and pingbacks are open.