Daily Time Axom

আজি ঘোষণা হ’ল গৃহ, আবকাৰী, বন বিভাগৰ পৰীক্ষাৰ ফলাফল

130

নিউজ ডেস্ক, ৮ মে’- আজি ঘোষণা হ’ল গৃহ, আবকাৰী, বন বিভাগৰ পৰীক্ষাৰ ফলাফল। ৫,৭৩০টা পদৰ ফলাফল ঘোষণা।সংবাদমেলযোগে ফলাফল ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্রধানে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ত জি পি সিঙৰ সংবাদমেল। ৫,৭৩০টা পদৰ ভিতৰত মুঠ ৫,৪২১জনক নিৰ্বাচন কৰা হৈছে। ১১ মে’ত খানাপাৰাত আনুষ্ঠানিকভাৱে দিয়া হ’ব নিযুক্তি পত্র যোগ্য প্রাৰ্থীৰ অভাৱত ৩০৯টা পদ খালী থাকিল।

আজি দিনৰ ১২ বজাৰ পৰা https://slprbassam.in/ আৰু https://police.assam.gov.in/ ৱেবছাইটত উপলব্ধ হ’ব এই ফলাফল।

Comments are closed, but trackbacks and pingbacks are open.