নিউজ ডেস্ক, ৮ মে’-অৱশেষত গ্ৰেপ্তাৰ হ’ল শিক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মা। SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰীত অভিযুক্ত শেৱালি দেৱীসহ আন ৩জনকো গ্ৰেপ্তাৰ কৰা হয়। ৰাজস্থানৰ ক্ৰছলেণ্ড কোঠালি নামৰ হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ৰাজস্থান আৰক্ষীৰ সহযোগত CM ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰে আটাইকেইজনকে।
গ্ৰেপ্তাৰ কৰা হৈছে জোঁৱায়েক অজিত পাল সিং, আমিন আৰু মাজনী কাইথাক। আজি স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব আটাইকে। আটাইকেইজনকে ট্ৰেনজিত ৰিমাণ্ডত লৈ অনা হ’ব গুৱাহাটীলৈ।
Comments are closed, but trackbacks and pingbacks are open.