নেপালত ধ্যানমগ্ন আমিৰ খান

‘লাল সিং চাধা’ৰ পিছত অভিনয়ৰ পৰা বিৰতি লৈছিল আমিৰ খানে।

তেওঁ এতিয়া মুম্বাইত নাই।বৰ্তমানৰ ঠিকনা- নেপাল বিপচনা কেন্দ্ৰ, বুধনীলাকান্ত, কাঠমাণ্ডু, নেপাল।

আমিৰে দেওবাৰে ১১ দিনীয়া ধ্যান পাঠ্যক্ৰমৰ বাবে তালৈ গৈছিল।

নেপাল বিপচনা কেন্দ্ৰ কাঠমাণ্ডুৰ এটা সুপৰিচিত ধ্যান কেন্দ্ৰ। সেই ধ্যান কেন্দ্ৰৰ এজন বিষয়াই কয় যে আমিৰ পোনে পোনে বিমানবন্দৰৰ পৰা ইয়ালৈ আহিছিল।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment