নিবনুৱা যুৱক- যুৱতীৰ বাবে ভাল খবৰ, পুনৰ প্ৰকাশ পাব ১০ হাজাৰ পদৰ বাবে চাকৰিৰ বিজ্ঞাপন

নিউজ ডেস্ক, ৯ মে’-ৰাজ্যৰ নিবনুৱা যুৱক- যুৱতীৰ বাবে আন এক ভাল খবৰ। জুলাইৰ প্ৰথম সপ্তাহতে পুনৰ প্ৰকাশ পাব ১০ হাজাৰ পদৰ বাবে চাকৰিৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা।

ইতিমধ্যেই খালী হৈ থকা বহু পদৰ বাবে ৰাজ্য চৰকাৰে জুলাই মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ কৰিব বিজ্ঞাপন । এই কথা সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে প্ৰকাশ কৰিছে ।

AssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndiaJob