Daily Time Axom

পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত পুনৰ আন এক বিস্ফোৰণ

33

নিউজ ডেস্ক, ১১ মে’- পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত পুনৰ আন এক বিস্ফোৰণ৷ বিগত ৫টা দিনত ৩টাকৈ বিস্ফোৰণ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংঘটিত হয়৷

অমৃতসৰৰ হেৰিটেজ ষ্ট্ৰীটৰ ওচৰত নিশা ১ বজাত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনা সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে।

বিগত সপ্তাহত প্ৰথম বিস্ফোৰণটো ৬ মে’ত আৰু দ্বিতীয়টো সোমবাৰে সংঘটিত হৈছিল। পঞ্জাৱ আৰক্ষীয়ে বিস্ফোৰণস্থলীৰ পৰা ফৰেনচিক নমুনা সংগ্ৰহ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.