আজি CBSEৰ দ্বাদশ শ্রেণীৰ ফলাফল ঘোষণা

নিউজ ডেস্ক, ১২ মে’- CBSEৰ দ্বাদশ শ্রেণীৰ ফলাফল ঘোষণা।শিক্ষাৰ্থীয়ে cbseresults.nic.inত চাব পাৰিব ফলাফল।results.cbse.nic.inতো উপলদ্ধ হৈছে ফলাফল। এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৭.৩৩%। ত্রিবান্দ্রমত সৰ্বাধিক ৯৯.৯১% উত্তীৰ্ণৰ হাৰ।

উল্লেখ্য যে, এইবাৰ ১৬ লাখ ৯হাজাৰ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৫ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল পৰীক্ষা।পৰীক্ষাৰ্থীৰ ভিতৰত ৭.৪ লাখ ছাত্ৰী, ৯.৫১ লাখ ছাত্ৰ, আৰু ৫ জন আন শ্ৰেণীৰ পৰীক্ষাৰ্থী আছিল।

Assamese NewsCBSCCBSEDaily time axomDeclaredIndiaResult