Daily Time Axom

ৰাজ্যৰ সকলো বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা ছেবাৰ

66

নিউজ ডেস্ক, ১২ মে’-ৰাজ্যৰ সকলো বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা ছেবাৰ।৩১মে’ৰ পূৰ্বে আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নম্বৰ।ছেবাৰ প’ৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ।

প’ৰ্টেলত পৰীক্ষাৰ নম্বৰ আপলোড নকৰিলে মেট্ৰিকত বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীসকলে। বছৰেকীয়া পৰীক্ষাৰ নম্বৰ প’ৰ্টেলত আপলোড কৰিবলৈ জাননী ছেবাৰ৷ নতুন শিক্ষানীতিৰ আধাৰত এই নিৰ্দেশনা ছেবাৰ৷

Comments are closed, but trackbacks and pingbacks are open.