Daily Time Axom

আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল

72

নিউজ ডেস্ক, ১২ মে’-আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। ২২৪টা সমষ্টিত হোৱা নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব ২৬১৩গৰাকী প্ৰাৰ্থীৰ।ৰাজ্যখনৰ মুঠ ৩৬ টা ভোটগণনা কেন্দ্ৰত হ’ব গণনা । বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰাইছে ২২৪টা সমষ্টিত প্ৰাৰ্থী। কংগ্ৰেছে ২২৩ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে JD(S)য়ে প্ৰাৰ্থী দিছিল ২০৭টা সমষ্টিত।

Comments are closed, but trackbacks and pingbacks are open.