Daily Time Axom

আদিত্য-অৰবিন্দৰ বৈঠক

0 44

২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটক লৈ জল্পনা-কল্পনা বাঢ়িছে।

ইজনে সিজনৰ লগত বৈঠকত মিলিত আদিত্য থাকৰে আৰু অৰবিন্দ কেজৰিৱাল।

জানিব পৰা মতে উদ্ধৱ থাকৰেৰ পুত্ৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী আদিত্য থাকৰে আজি দেওবাৰে দিল্লীত মুখ্যমন্ত্ৰী তথা আপৰ অৰবিন্দ কেজৰিৱালক তেওঁৰ দিল্লীৰ বাসগৃহত সাক্ষাৎ কৰে। দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে নিজেই টুইট কৰি কয় যে সাম্প্ৰতিক ৰাজনীতি সন্দৰ্ভত দুয়োৰে মাজত বিতং আলোচনা হৈছে। এই মুহূৰ্তত ৰাজনীতিত ঠাকৰে আৰু কেজৰিৱালৰ বৈঠক যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.