Daily Time Axom

WhatsApp সেৱাত নতুন সংযোজন মেটাৰ, এতিয়াৰে পৰা ব্যক্তিগত কথোপকথনৰ বাবে থাকিব WhatsApp Chat Lockৰ সুবিধা

117

নিউজ ডেস্ক, ১৬ মে’- WhatsApp সেৱাত নতুন সংযোজন কৰিলে মেটাই। এতিয়াৰে পৰা ব্যক্তিগত কথোপকথনৰ বাবে থাকিব WhatsApp Chat Lockৰ সুবিধা। লক কৰি থ’ব পাৰিব নিৰ্দিষ্ট কথোপকথন। ব্যৱহাৰকাৰীৰ কথোপকথনৰ গোপনীয়তা দক্ষ কৰাৰে উদ্দেশ্যে এই নতুন সংযোজন ঘটাইছে মেটাই।

বিশেষ চেটৰ ক্ষেত্ৰত আপুনি লক কৰি থব পাৰিব।এই লক কৰি থোৱা ফল্ডাৰৰ মেছেজ কোনোও চাব নোৱাৰিব । সোমবাৰে এক ফেচবুক পষ্টযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে ।

Comments are closed, but trackbacks and pingbacks are open.