নিউজ ডেস্ক, ১৭ মে’- ৰাজ্য কঁপোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ৱাৰ্ড বয় কিৰো মেচক দোষী সাব্যস্ত কৰাৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা আদালতৰ। কাইলৈ ঘোষণা কৰা হ’ব শাস্তিৰ ম্যাদ।
২০১৪ৰ ৮ মে’ত AMCHত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাটোৰ ৮ বছৰ পাছত আজি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে দিলে ৰায়। AMCHৰ প্ৰসূতি বিভাগৰ PGৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল সৰিতা তছনিৱাল।
Comments are closed, but trackbacks and pingbacks are open.