Daily Time Axom

সৌৰভ গাংগুলীলৈ Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ

39

নিউজ ডেস্ক, ১৭ মে’- ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ।

ইতিমধ্যে তেওঁ Y শ্ৰেণীৰ নিৰাপত্তাৰ অধীনত আছিল। Y শ্ৰেণীৰ নিৰাপত্তা ব্যৱস্থাৰ সম্প্ৰসাৰণেৰে তেখেতক Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰা হৈছে।

পশ্চিম বংগ চৰকাৰে প্ৰাক্তন ক্ৰিকেটাৰজনৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ এই সিদ্ধান্ত লৈছে।

Comments are closed, but trackbacks and pingbacks are open.