কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ

নিউজ ডেস্ক, ২০ মে’- কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ৷ সংবাদমেলত এই কথা সদৰী কৰিলে DGP জি পি সিঙে৷ নিৰাপত্তা বিভাগৰ ADGPৰ সৈতে আলোচনাৰ অন্তত PSO প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হয়৷

উল্লেখ্য যে, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক পাবলগীয়া টকা বিচৰাৰ বাবে নিজৰ দেহৰক্ষীক মণ্ডল কংগ্ৰেছৰ এজন সভাপতিক গুলীওৱাৰ নিৰ্দেশ দিছিল। গুলী নুফুটোৱাৰ বাবে দেহৰক্ষীক অশ্লীল ভাষাৰে গালি–গালাজ পাৰিছিল বিধায়কগৰাকীয়ে।

AssamAssamese NewsDaily time axomGP SingGuwahatiIndiaPSOSherman Ali