Daily Time Axom

বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু গৃহৰক্ষী জোৱান

35

নিউজ ডেস্ক, ২৯ মে’- বিলাসীপাৰাত উৎকোচ লৈ হাত দাঙিলে আৰক্ষীৰ উপ-পৰিদৰ্শকে। বিলাসীপাৰা থানাৰ উপ-পৰিদৰ্শক ৰহিজুদ্দিন আহমেদৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন গৃহৰক্ষী সোণাৰুদ্দিন শ্বেইখ। আদালতলৈ কেছ ডায়েৰী প্ৰেৰণৰ নামত লৈছিল উৎকোচ। এজন আছামীৰ পৰা বিচাৰিছিল ৬ হাজাৰ টকাৰ উৎকোচ। দুৰ্নাীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।

Comments are closed, but trackbacks and pingbacks are open.