ডিকেপ্ৰিঅ’ই চাৰাক লগ পালে কেতিয়া

আনকি বলীউডৰ সুন্দৰী ছাৰাকো কান ৰেড কাৰ্পেটত হলিউডৰ ছুপাৰষ্টাৰ লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ৰ সৈতে বগা আৰু ক’লা ওপেন বেক গাউন পিন্ধি দেখা গৈছিল।

শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ছাৰা আলী খানে কান চলচ্চিত্ৰ মহোৎসৱৰ অভিজ্ঞতাৰ বিষয়ে কয়। কেৱল ৰেড কাৰ্পেটত খোজ দিয়াই নহয়, কান মহোৎসৱত ভাৰতীয় সংস্কৃতি, চিনেমা আৰু শিল্পকলাৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে বলীউডৰ নবাবৰ কন্যাই।

তেওঁ ক’লে, ‘মই বিভিন্ন দেশৰ সংস্কৃতিৰ লগত চিনাকি হ’লোঁ৷ মইও তেওঁলোকৰ লগত উদযাপন কৰিলোঁ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ অভিনেতাৰ সৈতে কথা পতাৰ সুযোগ পাইছিলোঁ। চৌদি আৰব, ইজিপ্ত, লেবানন, পেৰিছ! লিওনাৰ্ডো ডিকেপ্ৰিঅ’কো লগ পাইছিলো। আৱেগ, ঠাইবোৰ সম্পূৰ্ণ বেলেগ, কিন্তু অভিনয়ৰ সূত্ৰৰ দ্বাৰাহে আমি একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো বাধা অতিক্ৰম কৰাৰ পথ দেখুৱাইছে চিনেমা

AssamAssamese NewsDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment