Daily Time Axom

৭খন দুৰ্ঘটনা প্ৰৱণ জিলালৈ DGPৰ কঠোৰ নিৰ্দেশনা

83

নিউজ ডেস্ক, ৩০ মে’- ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ DGP জি পি সিঙৰ কঠোৰ নিৰ্দেশনা৷ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ বিশেষ একছন প্লেন প্ৰস্তুত DGPৰ৷ নগাঁও, কামৰূপ (মেট্ৰ’), বৰপেটা, কামৰূপ, শোণিতপুৰ, ধেমাজি, নলবাৰীক লৈ একছন প্লেন৷ ইতিমধ্যে সংগ্ৰহ কৰা হৈছে দুৰ্ঘটনাপ্ৰৱণ জিলাকেইখনৰ সবিশেষ তথ্য৷ চিনাক্ত কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ জ’নসমূহ৷

Comments are closed, but trackbacks and pingbacks are open.