শিৱসাগৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভস্মীভূত প্ৰায় ৪ কোটি টকাৰ সা–সামগ্ৰী

নিউজ ডেস্ক, ৩০ মে’- শিৱসাগৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অৰুণচ নামৰ কাপোৰৰ বিপনীখনত সংঘটিত হয় এই অগ্নিকাণ্ড। ২০খন বাহনে জুই নিৰ্বাপণ কৰা হয় যদিও অগ্নিকাণ্ডস্থলীত পুনৰ সংঘটিত হয় অঘটন।

কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া নিশ্চিতকৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ কৰা হৈছে। সৌভাগ্যক্ৰমে বিপণীখনৰ কৰ্মচাৰীসকল ৰক্ষা পৰে যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ কোটি টকাৰ সা–সামগ্ৰী ভস্মীভূত হয়।

AssamAssamese NewsDaily time axomIndiaMassive fireSivasagar