মই মৃত্যুৰ ভাবুকিৰ কথা নাভাবো, মই এদিন মৰিমঃৰাহুল

যোৱা বছৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। সেই প্ৰেক্ষাপটত আমেৰিকাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিলে যে তেওঁ এনে ভাবুকিৰ বাবে চিন্তিত নকৰে । আইতাক আৰু দেউতাকৰ পৰা শিকিছে যে সকলোৱে এদিন মৰিবই লাগিব। গতিকে এনে ভাবুকিৰ সন্মুখত প্ৰণাম কৰাৰ কথাও ভাবিব নোৱাৰি। একে সময়তে তেওঁ দেশবাসীৰ মত প্ৰকাশৰ স্বাধীনতা আৰু ধৰ্মীয় স্বাধীনতাৰ বাবে আহ্বান জনায়।

১০ দিনৰ বাবে তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল। আৰু তাৰ পৰাই বিজেপিৰ বিৰুদ্ধে ধাৰাবাহিক আক্রমণ আৰম্ভ কৰে ৷ আজিও তেওঁকয় যে, “বিজেপিয়ে সমাজত ঘৃণা বিয়পাইছে। ই সমাজখনক মেৰুকৰণ কৰি আছে। সমাজক বিভাজিত কৰি ভাৰতৰ ক্ষতি কৰিছে।”

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment