Daily Time Axom

কৰিমগঞ্জৰ একলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এটি ৮ বছৰীয়া শিশু

48

নিউজ ডেস্ক, ২ জুনঃ কৰিমগঞ্জৰ একলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মছজিদলৈ গৈ থাকোঁতেই পুৱাই দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে এটি কণমানিয়ে। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল ৮ বছৰীয়া মুৰাদ উদ্দিন নামৰ শিশুটিৰ। আনহাতে দুৰ্ঘটনাত শিশুটিৰ দুই ভগ্নীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত দুয়োকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।ক্ষুব্ধ ৰাইজে প্ৰায় এঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে ৰাজপথ।

Comments are closed, but trackbacks and pingbacks are open.