নিউজ ডেস্ক, ৫জুনঃ অৱশেষত আজি মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত অসমীয়া চলচ্চিত্ৰ “শ্ৰী ৰঘুপতি”। ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। আজি দিনৰ ১১ বজাত ছবিখন মুক্তি লাভ কৰাৰ কথা আছিল যদিও আনুষ্ঠানিক পত্ৰ লাভ নকৰাত পুনৰ আজি বিয়লি দৰ্শকৰ বাবে মুকলি কৰি দিব অসমীয়া চলচ্চিত্ৰ ” শ্ৰী ৰঘুপতি”।আইনী বাধা আঁতৰি আজিৰে পৰা ছবিগৃহত চলিব শ্ৰীৰঘুপতি।
Comments are closed, but trackbacks and pingbacks are open.