Daily Time Axom

এইবাৰ বকোৰ শিংৰাত আন এক ৰে’ল দুৰ্ঘটনা

76

নিউজ ডেস্ক, ৭ জুনঃ এইবাৰ বকোৰ শিংৰাত আন এক ৰে’ল দুৰ্ঘটনা । লাইনচ্যুত হৈ বাগৰিল ১১টা ডবা । জানিব পৰা মতে দুৰ্ঘটনাস্থলীত কোনো লোক হতাহত হোৱা নাই।বকোৰ শিংৰাত দুৰ্ঘটনাত পতিত হোৱা ৰে’লখনে কয়লা কঢ়িয়াই আনিছিল। মালবাহী ৰে’লখনৰ ৬০টা ডবা আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত ৰে’ল বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.