নিউজ ডেস্ক, ৭ জুনঃ অৱশেষত নিলম্বিত হ’ল গোৱালপাৰাৰ DFO অৰ্থাৎ জিলা বন বিষয়া জীতেন্দ্ৰ কুমাৰ। কেইবাটাও গোচৰৰ ভিত্তিত নিলম্বন বন বিষয়া গৰাকীক। ৰাজ্যপালৰ অনুমোদনমৰ্মে বন আৰু পৰিৱেশ বিভাগৰ সচিবে এক নিৰ্দেশযোগে নিলম্বন কৰে DFOগৰাকীক।
উল্লেখ্য যে, গোৱালপাৰাত ব্যাপক হাৰত হৈছিল বনধ্বংস। কিছুদিন পূৰ্বে বনমাফিয়াৰ আক্ৰমণত নিহত হৈছিল বনকৰ্মী। ইয়াৰ বাবেই বন বিষয়াগৰাকীক কৰা হয় নিলম্বন।
Comments are closed, but trackbacks and pingbacks are open.