Daily Time Axom

অম্বুবাচী মেলাৰ সময়ছোৱাত গুৱাহাটীত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা

58

নিউজ ডেস্ক, ৭ জুনঃ ২১ জুনৰ পৰা ২৭ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। এই সময়ছোৱাত কামৰূপ মহানগৰত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা। অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ। গুৱাহাটী মহানগৰীৰ চৰকাৰী-ব্যক্তিগত বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। কামৰূপ মহানগৰ জিলা শিক্ষা সমন্বয়কে জাৰি কৰিলে এই নিৰ্দেশনা।

Comments are closed, but trackbacks and pingbacks are open.