নিউজ ডেস্ক, ৯ জুনঃ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীসহ কেইবাখনো জিলাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৭। ১০বাজি ৬ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা। ভূমিকম্পত কোনো ধৰণৰ ক্ষয়–ক্ষতিৰ খবৰ এই পৰ্যন্ত অহা নাই।
Comments are closed, but trackbacks and pingbacks are open.