গোৱালপাৰাৰ হাদলাপাৰাত গুলীবিদ্ধ যুৱক উদ্ধাৰ

নিউজ ডেস্ক, ৯ জুনঃ গোৱালপাৰাৰ হাদলাপাৰাত গুলীবিদ্ধ যুৱক উদ্ধাৰ।নিৰ্জন ঠাইত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গুলীবিদ্ধ যুৱকজন।

ৰাহুল কুমাৰ নামৰ যুৱকজনৰ মূৰত দেখা গৈছে আঘাতৰ চিন। যুৱকজনৰ কাষতে উদ্ধাৰ এটা 9mm পিষ্টল আৰু এখন স্কুটী।স্কুটীখনৰ নং- AS01 FE 6943।

পুৱা ৰবৰ কাটিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে যুৱকজনক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্রেৰণ কৰা হৈছে।

AssamAssamese NewsDaily time axomGoalparaGoalpara PoliceIndiaRecover