Daily Time Axom

মুকালমুৱাৰ ৪ নং বৰবালা চৰত তৃণমূল কংগ্ৰেছৰ কৰ্মী সভা

0 54

মুকালমুৱাৰ ৪ নং বৰবালা চৰত তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা

🟩বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে বিজেপিৰ নেতাসকলে মূল্যবৃদ্ধি সন্দৰ্ভত দায়িত্বজ্ঞানহীন মন্তব্য প্ৰদান কৰে। বিশ্বজিত দৈমাৰীয়ে বিধানসভাৰ অধ্যক্ষৰ আসনখনৰ মৰ্যাদা লাঘৱ কৰিছে।

🟩শিলসাকোত হোৱা উচ্ছেদ প্ৰসংগ- জিনজিয়াৰ হোটেল, অশোক সিংহালৰ মাটি, জয়ন্তমল্ল বুজৰবৰুৱাৰ মাটি,বদৰুদ্দিন আজমলৰ মাটিত উচ্ছেদ কৰি দেখুৱাওক।

🟩স্মাৰ্ট মিটাৰ- মূল্যবৃদ্ধিয়ে ইতিমধ্যে জুৰুলা কৰা সময়তে ভুতৰ ওপৰত দানৱ পৰা দি
স্মাৰ মিটাৰ লগাই টেটু চেপি শোষণ কৰিছে ৰাইজক।

🟩অসমত কংগ্ৰেছৰ নেতৃত্বত হোৱা মহাজোটত তৃণমূল কংগ্ৰেছ থাকিব বুলি কয় ৰিপুন বৰাই।

Leave A Reply

Your email address will not be published.