Daily Time Axom

চাঞ্চল্য! গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈ গ’ল মৃতদেহ

46

নিউজ ডেস্ক, ১২ জুনঃ গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংস হত্যা। কৃষ্ণাই চলপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ জোনালী নাথৰ মৃতদেহ। দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।

গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকাৰ দায়িত্বত আছিল জোনালী নাথ।দেওবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল জোনালী নাথ।গোৱালপাৰাৰ মাটিয়াত ঘৰ মৃত মহিলাগৰাকীৰ।

Comments are closed, but trackbacks and pingbacks are open.