নিউজ ডেস্ক, ১৩ জুনঃ আজিৰে পৰা অনাগত ৫ দিনলৈ ডিমা হাছাওৰ ভূমিস্খলন প্ৰৱণ এলেকাত বন্ধ থাকিব বিদ্যালয়। হাফলং, হাৰাংগাজাও, মাহুৰ আৰু অন্যান্য ভূমিস্খলন প্ৰৱণ অঞ্চলসমূলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। বৰষুণৰ ফলত বান, ভূমিস্খলনৰ আশংকাত এই সিদ্ধান্ত প্ৰশাসনৰ।
সেয়ে প্রৱল বৃষ্টিপাতৰ প্রতি লক্ষ্য ৰাখি হাফলং, হাৰাংগাজাও, মাহুৰতৰ লগতে ভূমিস্খলন প্রৱণ এলেকাসমূহত বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই।
Comments are closed, but trackbacks and pingbacks are open.