Daily Time Axom

৩ বছৰ হ’ল…সুশান্তৰ মৃত্যু আত্মহত্যা নে হত্যা ? কাৰণ এতিয়াও জানিব পৰা নাই !

0 39

আজি ১৪ জুন।

সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকী। তিনিবছৰ পূৰ্বে আজিৰ দিনটোতে অভিনেতাগৰাকীক নিজৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

যোৱা তিনি বছৰত আৰব সাগৰৰ মাজেৰে বহু পানী উৰি গৈছে। ‘কাই পো চে’ৰ এই নায়কৰ নাম বাৰে বাৰে বিভিন্ন ঘটনাত উত্থাপন হৈ আহিছে। কিন্তু তেওঁৰ মৃত্যু এতিয়াও ৰহস্য়ৰ মাজত। তেওঁক সঁচাকৈ হত্যা কৰা হৈছিল নে হতাশাৰ আত্মহত্যা আছিল ? নানাজনৰ মতামত বেলেগ। তথাপিও কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সঠিক দিশ দেখুৱাব পৰা নাই। ২০২০ চনৰ এই মৃত্যুৰ গোচৰত এতিয়াও চিবিআইয়ে কোনো অভিযোগনামা দাখিল কৰা নাই।

Leave A Reply

Your email address will not be published.