Daily Time Axom

পুনৰ ৰক্তাক্ত মণিপুৰ, গুলীচালনাত নিহত ৯জনকৈ লোক

69

নিউজ ডেস্ক, ১৪ জুনঃ পুনৰ ৰক্তাক্ত মণিপুৰ। পূব ইম্ফলৰ এটা গীৰ্জাত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাত মহিলাসহ ৯ জনকৈ লোকৰ মৃত্যু আৰু ১১ জনকৈ লোক আহত হয়।পূৱ ইম্ফলৰ সীমান্ত অঞ্চল কাংপকপিৰ এগিজাং গাঁৱত মঙ্গলবাৰে নিশা এই ঘটনা সংঘটিত হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ হিংসাত্মক ঘটনাত এই পৰ্যন্ত ১১৫ গৰাকী লোকৰ মৃত্যু হৈছে।

Comments are closed, but trackbacks and pingbacks are open.