লণ্ডনত থকা খালিস্তান লিবাৰেচন ফৰ্চৰ মুৰব্বী আৰু খালিস্তানী নেতা অমৃতপল সিঙৰ ঘনিষ্ঠ অৱতাৰ সিঙৰ লণ্ডনত মৃত্যু হয়। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়।
অৱতাৰ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল।
এতিয়া তেওঁৰ সমৰ্থকসকলে দাবী কৰিছে যে অৱতাৰক বিষ দি হত্যা কৰা হৈছে।