নিউজ ডেস্ক, ১৬ জুনঃ বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক। নিশা দিছপুৰ আৰক্ষীয়ে বাসগৃহৰ পৰা আটক কৰে শিখা শৰ্মাক। উল্লেখ্য যে, নিহত গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথক লৈ ফেচবুকত দিছিল বিতৰ্কিত পোষ্ট। এই সন্দৰ্ভত ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালকপ্ৰধানক অভিযোগ দিয়াৰ পিছতে দুগৰাকী সমাজসেৱী মহিলায়ো দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ৷
Comments are closed, but trackbacks and pingbacks are open.