Daily Time Axom

আল্লু অৰ্জ্জুনৰ নতুন যাত্ৰা

0 45

দক্ষিণ ভাৰতীয় চিনেমাৰ তাৰকা অভিনেতা আল্লু অৰ্জুন। অভিনয়ৰ উপৰিও তেওঁ ব্যৱসায়ৰ প্ৰতিও মনোনিৱেশ কৰিছে। এতিয়া তেওঁ মুকলি কৰিলে অত্যাধুনিক মাল্টিপ্লেক্স। ইয়াৰ নাম ‘এ এ এ চিনেমাছ’। তেলেংগানা ৰাজ্যৰ ৰাজধানী চহৰ হায়দৰাবাদ আমিৰপেটত অৱস্থিত। কালি এই মাল্টিপ্লেক্সত অনুষ্ঠিত হয় প্ৰথমটো শ্ব’। আজিৰ দিনটোতে বহু চৰ্চিত ‘আদিপুৰুষ’ ছবিখন ইয়াত প্ৰথমখন চিনেমা হিচাপে মুক্তি পালে।

Leave A Reply

Your email address will not be published.