ভয় নাখাব ! আপুনি জানেনে প্ৰতিদিনে তিতা খোৱাৰ ফলত কি হয়

নিম পাত বা কেৰেলা – যিয়েই নহওক, ই ঔষধৰ দৰে। কিন্তু মাত্ৰ এমুঠিমান মানুহেহে তিতা খাই ভাল পায়।

কিন্তু নিয়মীয়াকৈ খালে কি হয় জানেনে?

যিসকলে দৈনিক তিতা খায়, তেওঁলোকৰ ডায়েবেটিছৰ সম্ভাৱনা কম হয়। তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ হয়। যিসকলে নিয়মিতভাৱে তিতা খায়, তেওঁলোকৰ পেটৰ বহু সমস্যা কমি যায়। আপোনাৰ হাৰ্টবাৰ্ণ বা গেছৰ সমস্যা কম কৰে। পেট পৰিষ্কাৰ কৰে আৰু লগতে ভোক বৃদ্ধি কৰে।

কৃমিৰ সমস্যাত ভুগিছেনে? নিয়মীয়াকৈ চাফ-চিকুণ কৰিলে এই সমস্যা কম কৰিব পাৰি। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফলত নিয়মিতভাৱে খালে জ্বৰ আৰু অন্যান্য সংক্ৰমণৰ সম্ভাৱনা কমি যায়।গৱেষণা অনুসৰি নিয়মিতভাৱে খালে কেইবাটাও যৌন সংক্ৰামক ৰোগৰ সমস্যাও কমি যায়।

কিন্তু এটা কথা সদায় মনত ৰখা উচিত। কিন্তু কেৱল ইচ্ছামতে খেলিলেই নহ’ব। কিছুমান নিষেধাজ্ঞা প্ৰযোজ্য। একেৰাহে তিনিমাহ সেৱন কৰাৰ পিছত বন্ধ কৰিব লাগে। কেতিয়াবা ১২ৰ পৰা ১৫ দিনৰ বিৰতি দিব লাগে।

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment