শ্বাহিদ গেংৰ ভূটানত “ব্লাডি ডেডী”

কামৰ বিৰতিৰ সময়তো শ্বাহিদ পৰিয়ালৰ পৰা আঁতৰত।

ছচিয়েল মিডিয়াত তেওঁ বাইক ভ্ৰমণৰ ছবি পোষ্ট কৰে।

শ্বাহিদৰ ‘ব্লাডী ডেডী’ মুক্তি পাইছে অ’টিটিত। চাৰিওফালে প্ৰশংসা। ইফালে অভিনেতাগৰাকীয়ে নিজৰ প্ৰিয় বাইকখনেৰে ভূটান পাৰ হৈ গ’ল আন দুজন বন্ধুৰ সৈতে। ভূটানত থিয় হৈ ছবি তুলিছে অভিনেতাগৰাকীয়ে।

কেৱল ছবিখনেই নহয়, তেওঁৰ বাইক ভ্ৰমণৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মুঠতে অভিনেতাগৰাকীৰ মেজাজ অতি উল্লাসিত।

বিৰতিৰ পিছত ছবিখনৰ কাম আৰম্ভ কৰিব অভিনেতাজনে। আগন্তুক ছবিখনত তেওঁ কৃতি শ্বেননৰ সৈতে টিম আপ কৰিছে। ছবিখনৰ শিৰোনাম এতিয়াও হোৱা নাই যদিও অন্যান্য পৰিকল্পনা পূৰ্ণগতিত চলি আছে। কেইদিনমানৰ পিছত আৰম্ভ হ’ব শ্বুটিং।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment