Daily Time Axom

আজি ৰাভা দিৱস

43

নিউজ ডেস্ক, ২০ জুনঃ আজি ২০ জুন। আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস। ৰাজ্যজুৰি পুৱাৰে পৰা আৰম্ভ হৈছে কলাগুৰুক স্মৰণৰ বিভিন্ন কাৰ্যসূচী। শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে, দল, সংগঠনে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে।

আজি শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য।

Comments are closed, but trackbacks and pingbacks are open.