Daily Time Axom

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

0 45

চৰকাৰৰ নিৰ্দেশমৰ্মে বিদ্যালয়ে বিদ্যালয়ে যোগ সজাগতা কাৰ্যসূচী CSC কেন্দ্ৰৰ ।

আমিনগাঁও অৰুনোদয় কেন্দ্ৰৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰোৱা হয় যোগৰ বিভিন্ন উপকাৰিতা সম্বন্ধে।

যোগ উপকাৰিতা সম্পৰ্কে বিষদভাৱে পৰামৰ্শ দিয়ে CSC‌ ৰ এজেন্ট অমৰজ্যোতি দাসে।

অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে বিশেষভাৱে সহযোগিতা আগবঢ়ায় ।

এই যোগৰ সজাগতাৰ জড়িয়তে ছাত্ৰ ছাত্ৰী সকলে স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈ অনুপ্ৰেৰণা লাভ কৰিব ।

Leave A Reply

Your email address will not be published.