আজি বিশ্বনাথ চাৰিআলিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে চলি থকা মহা জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে আজি তেজপুৰ লোকসভা সমষ্টি ভিত্তিত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হোৱা বিশাল জনসভাত ৰাইজক সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাইজ আৰু বিজেপিৰ কাৰ্যকর্তাসকলৰ উৎসাহজনক সঁহাৰি আৰু উপস্থিতি অনুষ্যিত হোৱা সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস , তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়ক আৰু জিলা দুয়োখন জিলা বিজেপিৰ সভাপতিদ্বয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment