Daily Time Axom

ৰাজ্যৰ ৫গৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমিৰ সন্মান

0 39

অসমীয়া আৰু বড়ো ভাষাৰ পাঁচগৰাকী সাহিত্যিকে কেইবাটাও শিতানত সাহিত্য অকাডেমিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷
অসমীয়া ভাষাত সাহিত্য অকাদেমি যুৱ বঁটা লাভ কৰিছে গল্পকাৰ তথা অধ্যাপক জিন্তু গীতাৰ্থ আৰু শিশু-সাহিত্য অকাদেমি বঁটা লাভ কৰিছে শিশু-সাহিত্যিক ৰথীন্দ্ৰনাথ গোস্বামীয়ে৷ আৰু বড়ো ভাষাত সাহিত্য অকাদেমি যুৱ বঁটা লাভ কৰিছে মাইনাওশ্ৰী দৈমাৰী আৰু শিশু-সাহিত্য অকাদেমি বঁটা লাভ কৰিছে প্ৰতিমা নন্দী নাৰ্জাৰীয়ে৷ একেদৰে, নেপালী ভাষাত সাহিত্য অকাদেমি যুৱ বঁটা লাভ কৰিছে কবি নৈনা অধিকাৰীয়ে৷
আটাইকেইগৰাকীলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা৷

Leave A Reply

Your email address will not be published.